Kr Caspian

11/01/2001 - Jorhat , Assam , India
Send Message

যেতিয়া মই ক’ম

যেতিয়া মই ক’ম –
‘মই ভালেই আছোঁ ’
তেতিয়া মই বিচাৰিম যে
তুমি মোক সাবটি ধৰা
অলপ জোৰকৈ . . .
আৰু সাবটি ধৰিয়েই
তুমি মোৰ চকুলৈ চোৱা
আৰু মোক কোৱা –
নাই , তুমি ভালেই নাই ।
211 Total read