Kr Caspian

11/01/2001 - Jorhat , Assam , India
Send Message

তুমি থাকিবা ক’ত

‘ভালপোৱা ?
নিজৰো কৰিবা ?
পাচে ৰাখিবা ক’ত ?’

সপোন আছে
হৃদয় আছে
কবিতা আছে
এবুকু মৰমো আছে

তুমিয়েই কোৱা –
তুমি থাকিবা ক’ত ?
262 Total read